There are no items in your cart
Add More
Add More
| Item Details | Price | ||
|---|---|---|---|
২৭ জুলাই, ২০২৬

১ কোটি টকা—এটা সপোন নে বাস্তৱ লক্ষ্য?
বহুতেই কয়—
"মই ১ কোটি টকাৰ মালিক হ'ব বিচাৰো।"কিন্তু খুব কম লোকেই ভাবে—
১ কোটি টকাৰ Corpus কেৱল এটা সংখ্যা নহয়। ই বহু জীৱন লক্ষ্য পূৰণ কৰিব পাৰে। যেনে—
এই প্ৰশ্নৰ একেটা উত্তৰ নাই। ই নিৰ্ভৰ কৰে—
একেজন ব্যক্তিয়ে যদি ১০ বছৰত ১ কোটি টকাৰ লক্ষ্য ৰাখে, তেন্তে তেওঁক বহুত বেছি SIP কৰিব লাগিব। কিন্তু যদি একে লক্ষ্য ২০ বা ২৫ বছৰৰ বাবে হয়, তেন্তে প্ৰয়োজনীয় SIP যথেষ্ট কম হ'ব পাৰে। সময় বাঢ়িলে Compoundingৰ শক্তিও বহুগুণ বৃদ্ধি পায়।
ধৰি লওক দুজন ব্যক্তিৰ লক্ষ্য একেই— ১ কোটি টকা। প্ৰথমজনে ২৫ বছৰ বয়সত SIP আৰম্ভ কৰিলে। দ্বিতীয়জনে ৩৫ বছৰ বয়সত আৰম্ভ কৰিলে। একে লক্ষ্য পূৰণ কৰিবলৈ দ্বিতীয়জনৰ SIP লাগিব প্ৰায় ৪,৫০০ টকা কিন্তু প্ৰথমজনে মাত্ৰ ১,২০০ টকাৰ SIP কৰিলে হৈ যাব পাৰে। সেয়েহে—
সোনকালে আৰম্ভ = কম SIP + অধিক Compounding
যদি আপুনি নিয়মীয়া আয় কৰে, তেন্তে SIP এটা শৃংখলাবদ্ধ আৰু সুবিধাজনক উপায়। ইয়াৰ সুবিধাসমূহ— ✔ নিয়মীয়া সঞ্চয়ৰ অভ্যাস ✔ Rupee Cost Averaging ✔ Compoundingৰ সুবিধা ✔ ডাঙৰ পৰিমানৰ ধন একেলগে বিনিয়োগ কৰাৰ প্ৰয়োজন নাই
গণনা কৰি জানক অনুমানৰ ওপৰত সিদ্ধান্ত নলৱ। মোৰ Wealth Goal Planning Calculator ব্যৱহাৰ কৰি জানক—
১. যিমান সোনকালে আৰম্ভ কৰক Compoundingৰ বাবে সময় অধিক পাব। ২. নিয়মীয়াকৈ SIP কৰক
বজাৰ উঠা-নমা হ'লেও SIP বন্ধ নকৰিব।
৩. আয় বৃদ্ধি হ'লে SIP বৃদ্ধি কৰক প্ৰতি বছৰে SIP কিছু বৃদ্ধি কৰিলে লক্ষ্য সোনকালে পূৰণ হ'ব পাৰে। ৪. লক্ষ্য অনুসৰি Portfolio Review কৰক
বছৰত অন্তত এবাৰ আপোনাৰ বিনিয়োগ পৰ্যালোচনা কৰক। ৫. লক্ষ্যভিত্তিক Financial Planning কৰক
প্ৰত্যেক লক্ষ্যৰ বাবে পৃথক বিনিয়োগ পৰিকল্পনা থাকিব লাগে।
❌ বেছি দেৰিকৈ বিনিয়োগ আৰম্ভ কৰা ❌ লক্ষ্য নথকাকৈ বিনিয়োগ কৰা ❌ বজাৰ নামিলে SIP বন্ধ কৰা ❌ সকলো টকা একেটা Assetত বিনিয়োগ কৰা ❌ বছৰে বছৰে Review নকৰা
প্ৰত্যেক ব্যক্তিৰ—
সেয়েহে একে Investment Strategy সকলোৰে বাবে উপযুক্ত নহয়। যদি আপুনি—
🤝 RLBR Meet Consultation বুক কৰক
ব্যক্তিগত Financial Planning Sessionৰ বাবে—
👉 https://cosmofeed.com/bookings/rajivlb
১ কোটি টকাৰ Corpus গঢ়াটো ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে।
ই নিৰ্ভৰ কৰে—
📊 ১. প্ৰথমে জানক কিমান SIP লাগিব
👉 Wealth Goal Planning Calculator
https://invest.rajivlb.co.in/wealth-goal-planner
👉 RLBR Meet Consultation
https://cosmofeed.com/bookings/rajivlb

Dr. Rajiv LB Roy
AMFI Registered Mutual Fund Distributor, ARN-144296 | Certified Research Analyst - NISM Series XV