There are no items in your cart
Add More
Add More
| Item Details | Price | ||
|---|---|---|---|
মিউচুৱেল ফাণ্ড পৰামৰ্শ (Consultancy) সেৱা
মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব বিছাৰিছে? কিন্তু ক'ত বিনিয়োগ কৰিব লাগে নাজানে? তেন্তে RLBR Meet আপোনাৰ বাবে। ইয়াতে ভাৰ্চুৱেল সভা (Google Meet)ৰ যোগেদি মই আপোনাৰ আৰ্থিক লক্ষ্যত উপনীত হোৱাত সহায় কৰিম। আৰু কিহৰ বাবে অপেক্ষা কৰি আছে? এতিয়াই আপোনাৰ সুবিধা অনুযায়ী এপইণ্টমেণ্ট বুক কৰক!
Note: Book your mutual fund consultation session here. You’ll need to provide your email and phone number so I can contact you for the session.